Headlines

১২৮ বেটেলিয়ন, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীয়ে পালন কৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

যুগ বাৰ্তা , ২২ জুন === যোৱা কালি ১২৮ বেটেলিয়ন, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনী (CRPF)-ৰ মুখ্য কাৰ্যালয় নুনমাটি, গুৱাহাটীত কমাণ্ডেণ্ট শ্ৰী যতীন্দ্ৰ নাথ ৰায়ৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এইবাৰৰ বিষয়বস্তু আছিল “সুস্থ আয়ুৰ বাবে যোগ”। এই বিষয়বস্তু বৃদ্ধ বয়সতো সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ ক্ষেত্ৰত যোগৰ গুৰুত্বৰ ওপৰত কেন্দ্ৰিত।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ…

Read More

সোণাপুৰৰ মালয়বাৰীত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ সোঁৱৰণত ” জীপাল সন্ধিয়া “

যুগ বাৰ্তা, জুন = কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ মালয়বাৰীত যোৱা কালি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি ” জীপাল সন্ধিয়া ” উল্লেখযোগ্য যে চিকমিক তৰাৰ উদ্যোগত মালয়বাৰীৰ জনতা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জীপাল সন্ধিয়া উপভোগ কৰিবলৈ অহা বহু সংখ্যক ৰাইজ তথা জুবিন অনুৰাগীৰ উপস্থিতিয়ে অনুষ্ঠানটো উৎসৱমুখৰ পৰিৱেশ…

Read More

নিৰ্বাচনত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল জুবিন ক্ষেত্ৰত

যুগ বাৰ্তা ২২মে == দ্বিতীয় বাৰৰ বাবে মুখ্য মন্ত্ৰীৰ কাৰ্য ভাৰ গ্ৰহন কৰিয়ে আজি সোণাপুৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা উভতি আহি বিমান বন্দৰৰ পৰা পোনে পোনে আহি পুৱা ১০-৩০ মান বজাত জুবিন ক্ষেত্ৰত উপস্থিত হয় । সোণাপুৰৰ কমাৰকুছি স্থিত জুবিনৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…

Read More

ডিমৰীয়াত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালকৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ অভিযান

যুগ বাৰ্তা ১ জুন === ক্ষেত্ৰীৰ হেলাগোগ অঞ্চলত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ অবৈধ ভাৱে পালন কৰা পুখুৰী সমূহ পৰিদৰ্শন কৰে মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ।ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা থাইলেণ্ড মাগুৰ মাছ ক্ষেত্ৰীৰ হেলাপোগত জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে পালন কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে দ’ল সংগঠনৰ সদস্যই সাংগঠনিক সক্ৰিয়তা প্ৰদৰ্শন কৰি মীন…

Read More

ডিমৰীয়াত কাঠফুলাৰ দৰে বাঢ়ি গৈছে বিদেশী সুৰাৰ বিপনী , বিদেশী সুৰাৰ বিপনীৰ বিৰুদ্ধে জাগী উঠিল ডিমৰীয়াৰ দ’ল সংগঠন

যুগ বাৰ্তা ১৫ মে === বৃহত্তৰ ডিমৰীয়া অঞ্চলত স্থাপন হোৱা বিদেশী সুৰা বিপনী সন্দর্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে তিনি জাতীয় সংগঠনে।কোচ-ৰাজবংশী ছাত্ৰ সন্থা, গুৱাহাটী মহানগৰ জিলা সমিতি, অসম চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্রীয় সমিতি, সদৌ তিৱা ছাত্ৰ সন্থাই ডিমৰীয়া সমজিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে স্মাৰক পত্ৰ । স্মাৰক পত্ৰত সংগঠন কেইটাই…

Read More

৭ জন নিৰীহৰ মৃত্যুৰ পাছতো নাজিৰাখাট টোলগেটত অব্যাহত টোল সংগ্ৰহঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী — প্ৰতিবাদী ছাত্ৰ নেতা ৰিংকু ডেকাক আটক

১ ছেপ্টেম্বৰ=== সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত টোল সংগ্ৰহক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত সাতজন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতো টোলগেটত টোল সংগ্ৰহ অব্যাহত ৰখাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে।উল্লেখ্য যে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা সম্পূৰ্ণৰূপে আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে মেৰামতি…

Read More

নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ পথ নিৰ্মাণ–ৰক্ষণাবেক্ষণৰ গাফিলতিক জগৰীয়া কৰি ক্ষেত্ৰী থানাত এজাহাৰ ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনৰ

৪ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত NHAIৰ গাফিলতি আৰু দুৰ্বল সুৰক্ষা ব্যৱস্থাক দুৰ্ঘটনাটোৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰি সংগঠনসমূহে এই এজাহাৰ দাখিল কৰে।উল্লেখ্য যে, যোৱা ৩০ আগষ্টৰ সন্ধিয়া নলগেদেৰাত সংঘটিত…

Read More

অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ প্ৰতিবাদ

যুগ বাৰ্তা ১১ জুলাই === অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ উদ্যোগত আজি ডিমৰীয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ক’লা সাজ পৰিধান কৰি কৰ্মী-সহায়িকাসকলে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি, মাননীৰ সলনি উপযুক্ত মজুৰি, নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি, ই এছ আই, পি এফ, গ্ৰেচুইটি, বিদ্যুৎ…

Read More

ক্ষেত্ৰীত একাদশ শ্ৰেণীৰ ছাত্ৰৰৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। পকেটত উদ্ধাৰ দুই বিশেষ টোকাক লৈ নতুন মোৰ তদন্তত এয়া হত্যাকাণ্ড বুলি পিতৃৰ দাবী

৭ ছেপ্টেম্বৰ === ক্ষেত্ৰীৰ ৰাজ্যিক চিকিৎসালয়ৰ চৌহদৰ চৰকাৰী কোৱাৰ্টাৰত দেওবাৰে একাদশ শ্ৰেণীত অধ্যয়নৰত গাণ্ডীৱ লোচন শৰ্মাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। ছাত্ৰজনৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে তেওঁৰ পকেটৰ পৰা উদ্ধাৰ হোৱা দুটা বিশেষ টোকাই ঘটনাটোক নতুন মোৰ প্ৰদান কৰিছে।জানিব পৰা মতে, ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ত ফাৰ্মাচিষ্ট…

Read More

কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বৃহৎ সফলতা মীন বিভাগে হহৰা গাঁৱত কেইবা কুইন্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰাৰ লগতে মাছ সমূহ দ গাঁত খান্দি পুতি থয়

যুগ বাৰ্তা ৭ জুন === বিশ্ব পৰিৱেশ দিৱস পালনৰ ক্ষণতে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে সোণাপুৰ আৰক্ষীৰ সহযোগত সোণাপুৰৰ হহৰা গাঁৱত এক অভিযান চলায় যোৱা কালি আবেলিৰ সময়ত ডি আই বাহনসহ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰে । উল্লেখযোগ্য যে ডিমৰীয়া অঞ্চলৰ পুখুৰী সমূহত যোৱা কিছুদিন ধৰি কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে নিষিদ্ধ থাইলেণ্ড মাগুৰ…

Read More