ক্ষেত্ৰীত একাদশ শ্ৰেণীৰ ছাত্ৰৰৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। পকেটত উদ্ধাৰ দুই বিশেষ টোকাক লৈ নতুন মোৰ তদন্তত এয়া হত্যাকাণ্ড বুলি পিতৃৰ দাবী

৭ ছেপ্টেম্বৰ === ক্ষেত্ৰীৰ ৰাজ্যিক চিকিৎসালয়ৰ চৌহদৰ চৰকাৰী কোৱাৰ্টাৰত দেওবাৰে একাদশ শ্ৰেণীত অধ্যয়নৰত গাণ্ডীৱ লোচন শৰ্মাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। ছাত্ৰজনৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে তেওঁৰ পকেটৰ পৰা উদ্ধাৰ হোৱা দুটা বিশেষ টোকাই ঘটনাটোক নতুন মোৰ প্ৰদান কৰিছে।জানিব পৰা মতে, ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ত ফাৰ্মাচিষ্ট…

Read More

ক্ষেত্ৰীত দিন-দুপৰতে একাদশ শ্ৰেণীৰ ছাত্ৰক নৃশংস হত্যাস্বাস্থ্য বিভাগত কৰ্মৰত পিতৃৰ চৰকাৰী আৱাসতে সংঘটিত চাঞ্চল্যকৰ ঘটনা

৬ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী অঞ্চলত দেওবাৰে দিন-দুপৰতে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ষেত্ৰী তিনিআলিস্থিত ৰাজ্যিক চিকিৎসালয়ৰ চৌহদত থকা স্বাস্থ্য বিভাগৰ চৰকাৰী আৱাসত এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰক হাত-ভৰি বন্ধা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।ঘটনাৰ বলি হোৱা ছাত্ৰজন হৈছে ১৭ বছৰীয়া গাণ্ডিপ লাহন শৰ্মা। তেওঁ সোণাপুৰ কেন্দ্ৰীয়…

Read More

অসমত মাখনা খেতিৰ অপাৰ সম্ভাৱনা : মন্ত্ৰী পীয়ুষ হাজৰিকাক্ষেত্ৰীৰ বামফৰ স্থিত ” অসম মাখনা উদ্যোগ ” পৰিদৰ্শন

৫ ছেপ্টেম্বৰ === ‘ভোকেল ফৰ লোকেল’ আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে উদ্যোগৰ কাম-কাজ আৰু উৎপাদিত সামগ্ৰীৰ গুণগত মান পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে ক্ষেত্ৰীৰ বামফৰত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মাখনা খেতি তথা উদ্যোগ ‘অসম মাখনা উদ্যোগ’ পৰিদৰ্শন কৰে ৰাজ্যৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই।পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে মাখনা উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ ব্যৱসায়িক সম্ভাৱনা আৰু কৃষকৰ বাবে থকা…

Read More

নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ পথ নিৰ্মাণ–ৰক্ষণাবেক্ষণৰ গাফিলতিক জগৰীয়া কৰি ক্ষেত্ৰী থানাত এজাহাৰ ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনৰ

৪ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত NHAIৰ গাফিলতি আৰু দুৰ্বল সুৰক্ষা ব্যৱস্থাক দুৰ্ঘটনাটোৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰি সংগঠনসমূহে এই এজাহাৰ দাখিল কৰে।উল্লেখ্য যে, যোৱা ৩০ আগষ্টৰ সন্ধিয়া নলগেদেৰাত সংঘটিত…

Read More

নাজিৰাখাট টোলগেটত AJYCPৰ বৃহৎ প্ৰতিবাদঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী; আৰক্ষী–প্ৰতিবাদকাৰীৰ মাজত হতাহতি, কেইবাজনো আটক

২ ছেপ্টেম্বৰ == সোণাপুৰৰ নাজিৰাখাট টোলগেটত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু সম্পূৰ্ণৰূপে সুচল নকৰালৈকে টোলকৰ সংগ্ৰহ বন্ধ ৰখাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত কেইবাশ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে টোলগেটৰ এটা অংশ বন্ধ কৰি টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী জনোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।উল্লেখ্য যে, যোৱা দেওবাৰে ক্ষেত্ৰীৰ ভৰাগাঁৱত সংঘটিত হোৱা শোকাৱহ পথ…

Read More

৭ জন নিৰীহৰ মৃত্যুৰ পাছতো নাজিৰাখাট টোলগেটত অব্যাহত টোল সংগ্ৰহঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী — প্ৰতিবাদী ছাত্ৰ নেতা ৰিংকু ডেকাক আটক

১ ছেপ্টেম্বৰ=== সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত টোল সংগ্ৰহক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত সাতজন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতো টোলগেটত টোল সংগ্ৰহ অব্যাহত ৰখাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে।উল্লেখ্য যে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা সম্পূৰ্ণৰূপে আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে মেৰামতি…

Read More

তেতেলীয়াৰ ভৰাগাঁৱৰ শোকাৱহ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৭ দিনৰ ভিতৰত সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গাঁত মেৰামতিৰ কঠোৰ নিৰ্দেশপথ মেৰামতি নকৰালৈকে নাজিৰাখাট টোলগেটত টোল সংগ্ৰহ বন্ধৰ সিদ্ধান্ত

৩১ আগষ্ট === কামৰূপ মহানগৰ জিলাৰ তেতেলীয়াৰ ভৰাগাঁৱত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ।দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে বহু নিশালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে প্ৰতিবাদ সাব্যস্ত…

Read More

সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি ৰূপেন কুমাৰ চৌধুৰীৰ বিয়োগ; ডিমৰীয়া অঞ্চলজুৰি শোকৰ ছাঁ

যুগ বাৰ্তা ২৯ জুলাই: সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ৰূপেন কুমাৰ চৌধুৰীয়ে যোৱা কালি বিয়লি প্ৰায় ৫ বজাত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত পৰলোক গমন কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৫ বছৰ।দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি চিকিৎসাধীন হৈ থকা চৌধুৰীৰ বিয়োগৰ খবৰে সোণাপুৰ তথা সমগ্ৰ ডিমৰীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।…

Read More

সোণাপুৰৰ কুশল নগৰত দিন দুপৰতে দুৰ্ধৰ্ষ চুৰি; তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুট

যুগ বাৰ্তা ২৯ জুলাই === মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ কুশল নগৰ নৱ পথত দিন দুপৰতে সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ গৰাকী অনুপস্থিত থকাৰ সুযোগ গ্ৰহণ কৰি যোৱা ২৭ জুলাইত অজ্ঞাত দুৰ্বৃত্তই ঘৰৰ তলা ভাঙি প্ৰায় তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুটি লৈ পলায়ন কৰে। জানিব পৰা মতে, ঘৰৰ…

Read More

বৰ্ণিহাটৰ আমতলা বস্তিত ড্ৰাগছ বিৰোধী প্ৰতিবাদ: কঠোৰ ব্যৱস্থাৰ দাবীত স্থানীয় ৰাইজৰ সোচ্চাৰ

যুগ বাৰ্তা ১৫ জুলাই === সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ আমতলা বস্তিত বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু অবৈধ বেহাৰ বিৰুদ্ধে সোমবাৰে স্থানীয় বাসিন্দাসকলে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদত অঞ্চলটোৰ মহিলাসকলৰ লগতে মহাবীৰ লাচিত সেনাৰ সদস্যসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ড্ৰাগছমুক্ত সমাজ গঢ়াৰ দাবীত একত্ৰিত হয়।প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে আমতলা বস্তি…

Read More