ক্ষেত্ৰী আৰক্ষী থানাৰ চৌহদ উত্তপ্ত পৰিস্থিতি হত্যাকাৰীক এনকাউণ্টাৰ কৰাৰ দাবী জনাই ঔজাৰী গাঁৱৰ ৰাইজে

যুগ বাৰ্তা ১০ জুন === ক্ষেত্ৰী থানাৰ অন্তৰ্গত এক নং ঔজাৰীৰ যুৱতী সুস্মিতা মণ্ডলক অতি নৃশংসভাৱে হত্যা কৰা মূল অভিযুক্ত বিপুল মল্লিকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি ক্ষেত্ৰী থানাৰ চৌহদ ঔজাৰীৰ ৰাইজে উত্তপ্ত কৰি তোলে । উল্লেখযোগ্য যে যোৱা ৪ জুনত নিশা গাঁও ডিমৰীয়াৰ পথাৰৰ পৰা উদ্ধাৰ হৈছিল সুস্মিতা মণ্ডলৰ মৃতদেহ। পৰিকল্পিত ভাৱে সুস্মিতা মণ্ডলক…

Read More

ডিমৰীয়াবাসী ৰাইজে কোনো কাৰণতে ডিমৰীয়াক সুৰাৰ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ’ব নিদিয়ে

যুগ বাৰ্তা ১১ জুন === ডিগাৰুৰ মাজ মজিয়াত বিলাতী সুৰাৰ বিপনী কেন্দ্ৰ বাতিলৰ দাবীত ডিগাৰুবাসী ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গৰজি উঠাৰ পিছদিনাই অৰ্থাৎ ৮ জুনত জনমত সংগ্ৰহৰ উদ্দেশ্যেৰে ডিগাৰুত উপস্থিত জিলা প্ৰশাসন । উল্লেখযোগ্য যে নীতি বহিৰ্ভূত ভাৱে ডিমৰীয়া অঞ্চলত বিশেষকৈ যোগদল , ডিগাৰু , বৰখাট , নতুন বজাৰ আদি ঠাইত নতুনকৈ বিলাতী সুৰাৰ…

Read More

সোণাপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ বেপাৰী নিজাম আলী

যুগ বাৰ্তা ৮ জুন === সোণাপুৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত যোৱা ৫ জুনত নিশা এক অভিযান চলাই সোণাপুৰ টোল গেটৰ ওচৰৰ পৰা এজন কুখ্যাত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ বেপাৰী জনৰ পৰা প্ৰায় ১২.০৬ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰইন থকা এটা চাবোনৰ বাকচ আৰু AS23AF5646 পঞ্জীয়ন নম্বৰৰ এখন বগা ৰঙৰ অলটো কৰে…

Read More

হত্যাকাৰীক ফাঁচী দিয়াৰ দাৱী জনায় ক্ষেত্ৰী থানাত উত্তাল প্ৰতিবাদ। ঘাটকৰ স্বীকাৰোক্তি সোতৰবাৰকৈ চুৰিৰে আঘাট কৰি যুৱতীক হত্যা

যুগ বাৰ্তা ৭জুন === সুস্মিতা মণ্ডল নামৰ এগৰাকী যুৱতীক অতি নৃশংসভাৱে হত্যা কৰা হত্যাকাৰীক ফাঁচী দিয়াৰ দাৱী জনায় আজি দিনৰ এক বজাত ক্ষেত্ৰী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাওঁ ডিমৰীয়াৰ ৰাইজে । উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে সন্ধিয়া গাওঁ ডিমৰীয়াৰ এক নিৰ্জন পথাৰৰ মাজত এগৰাকী যুৱতীক মৃত অৱস্থাত পৰি থকা দেখা পায় গাঁৱৰে এজন লোকে ।…

Read More

কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বৃহৎ সফলতা মীন বিভাগে হহৰা গাঁৱত কেইবা কুইন্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰাৰ লগতে মাছ সমূহ দ গাঁত খান্দি পুতি থয়

যুগ বাৰ্তা ৭ জুন === বিশ্ব পৰিৱেশ দিৱস পালনৰ ক্ষণতে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে সোণাপুৰ আৰক্ষীৰ সহযোগত সোণাপুৰৰ হহৰা গাঁৱত এক অভিযান চলায় যোৱা কালি আবেলিৰ সময়ত ডি আই বাহনসহ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰে । উল্লেখযোগ্য যে ডিমৰীয়া অঞ্চলৰ পুখুৰী সমূহত যোৱা কিছুদিন ধৰি কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে নিষিদ্ধ থাইলেণ্ড মাগুৰ…

Read More

ডিমৰীয়াত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালকৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ অভিযান

যুগ বাৰ্তা ১ জুন === ক্ষেত্ৰীৰ হেলাগোগ অঞ্চলত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ অবৈধ ভাৱে পালন কৰা পুখুৰী সমূহ পৰিদৰ্শন কৰে মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ।ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা থাইলেণ্ড মাগুৰ মাছ ক্ষেত্ৰীৰ হেলাপোগত জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে পালন কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে দ’ল সংগঠনৰ সদস্যই সাংগঠনিক সক্ৰিয়তা প্ৰদৰ্শন কৰি মীন…

Read More

ডিমৰীয়াৰ তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে চাৰিজনৰ মৃত্যু

যুগ বাৰ্তা ৩০ মে === ক্ষেত্ৰী থানাৰ অন্তৰ্গত ২২ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে এখন বলেৰ বাহনে খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজি দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ঘটনাস্থলীতেই চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা…

Read More

ডিমৰীয়াত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰোধিতাৰে বিশাল গণ সমাৱেশ ” প্ৰয়োজন হ’লে তেজ দিম কিন্তু প্ৰদূষণ যুক্ত উদ্যোগ স্থাপন হ’বলৈ নিদিওঁ “

যুগ বাৰ্তা ,২৫ মে === প্ৰদূষণ যুক্ত চিমেণ্ট উদ্যোগ স্থাপন কৰাৰ বিৰুদ্ধে আজি তিনি নং ঔজাৰী নামঘৰ প্ৰাংগণত বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিমৰীয়াৰ স্থানীয় ৰাইজ, বিভিন্ন সামাজিক দ’ল সংগঠনৰ সহযোগত অনুষ্ঠিত হয় টপচেম চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ । এই সমাৱেশত প্ৰায় পাঁচ শতাধিক লোকে…

Read More

ডিমৰীয়া অঞ্চলৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ উদ্দেশ্যেৰে জাতীয় দল সংগঠনৰ উদ্যোগত নাগৰিক সভা

বাৰ্তা ২৪ মে === সোণাপুৰৰ যোগদলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ডিমৰীয়াৰ ১২ টা জাতীয় দল সংগঠনৰ আহ্বানত স্থানীয় লোকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিভিন্ন জলন্ত সমস্যা সমূহৰ সমাধান বিচাৰি নাগৰিক সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ উদ্যোগত ডিমৰীয়াৰ ১২ টাকৈ জাতীয় সংগঠনে ডিমৰীয়া বাসী ৰাইজৰ সহযোগত ডিমৰীয়াৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ…

Read More

পুনৰ সোণাপুৰত তিৰিশটা গোধন উদ্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গোধন ভৰ্তি বাহন এৰি চালকৰ পলায়ন

যুগ বাৰ্তা ২৩ মে === আজি দিনত সোণাপুৰত এক উল্লেখযোগ্য ঘটনাই সাধাৰণ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । গোপন সূত্ৰৰ পম খেদি সোণাপুৰৰ টোলগেটত ডিমৰীয়া সন্মিলিত যুৱ শক্তিৰ সদস্য সকলে সোণাপুৰ আৰক্ষীৰ সহযোগত এখন গোধন সৰবৰাহ কৰা মেস্কিমো বাহন জব্দ কৰে । AS01TC2886 নম্বৰৰ মেস্কিমো বাহন খনৰ পৰা পাচটাকৈ গোধন উদ্ধাৰ কৰে । গোধন উদ্ধাৰ…

Read More