ডিমৰীয়াৰ ধোপগুৰিত ৰজাদিনীয়া পৰম্পৰাগত মাল গোঁসাই পূজা উদযাপন

যুগ বাৰ্তা ১৫ জুলাইঃ বিগত বছৰৰ দৰে এইবেলিও ক্ষেত্ৰীৰ ধোপগুৰিত ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি ৰক্ষা কৰি মধ্য যুগৰ ৰজাদিনীয়া পৰম্পৰাৰে আজি মঙ্গলবাৰৰ দিনটোত অগনণ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশেৰে বৰ্ণিল আধ্যাত্মিক দিনজোৰা কাৰ্যূসচীৰে অনুষ্ঠিত হয় ডিমৰীয়া ঐতিসাহিক গৰখীয়া মাল গোঁসাই পূজা। উল্লেখ্য যে মধ্য যুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহেৰে নিৰ্মাণ কৰা হয় এখন…

Read More

অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ প্ৰতিবাদ

যুগ বাৰ্তা ১১ জুলাই === অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ উদ্যোগত আজি ডিমৰীয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ক’লা সাজ পৰিধান কৰি কৰ্মী-সহায়িকাসকলে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি, মাননীৰ সলনি উপযুক্ত মজুৰি, নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি, ই এছ আই, পি এফ, গ্ৰেচুইটি, বিদ্যুৎ…

Read More

সোণাপুৰত ৰাজ্যৰ প্ৰথম ‘জন্মদিন সেউজ শপত উদ্যান’ মুকলি : জন্মদিনত গছপুলি ৰোপণৰ নতুন সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্য; ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত এনে উদ্যান স্থাপনৰ পৰিকল্পনা

যুগ বাৰ্তা ৯ জুলাই === পৰিৱেশ সংৰক্ষণৰ সৈতে জনসাধাৰণক আৱেগিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে ডিমৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ টোপাতলীত যোৱা ৭ জুলাই তাৰিখে ৰাজ্যৰ প্ৰথমখন ‘জন্মদিন সেউজ শপত উদ্যান’ আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। গছ-বন সংৰক্ষণৰ প্ৰতি সমাজত সজাগতা বৃদ্ধি আৰু জন্মদিন উদযাপনৰ সৈতে বৃক্ষৰোপণক সংযুক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে এই অভিনৱ…

Read More

সোণাপুৰৰ চেগুন বাগান ৰিজৰ্টত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু সোণাপুৰ বন বিভাগৰ যুটীয়া অভিযানত গঁড়ৰ খৰ্গসহ তিনি সৰবৰাহকাৰী আটক

যুগ বাৰ্তা ৩০ জুন জুন ===গোপন খবৰৰ ভিত্তিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যূৰো (WCCB) আৰু সোণাপুৰ বন বিভাগে যৌথভাৱে চলোৱা এক অতৰ্কিত অভিযানত গঁড়ৰ খৰ্গসহ তিনিজন সন্দেহজনক বন্যপ্ৰাণী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে সোণাপুৰৰ কমাৰকুছিস্থিত চেগুন বাগান ৰিজৰ্টত তিনিজন সৰবৰাহকাৰীয়ে পূৰ্বৰেপৰাই বাহৰ পাতি গঁড়ৰ খৰ্গঅবৈধ লেনদেন কৰাৰ উদ্দেশ্যেৰে অপেক্ষা কৰি আছিল । ইফালে গোপন…

Read More

সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ মূখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

যুগ বাৰ্তা ২৩ জুন == সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ মূখ্য কাৰ্যালয়ত যোৱা কালি দিনৰ ভাগত এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনত মৰিগাঁও, নগাঁও, কামৰূপ আৰু হোজাই জিলা সমিতিৰ বিষয়ববীয়া তথা বহু সংখ্যক সদস্য উপস্থিত থাকে। তিৱা জাতিৰ বৃহৎ জাতীয় ছাত্র সংগঠনখনৰ বৰ্তমান পৰিস্থিতি আৰু সাংগঠনিক সমস্যাসমূহক লৈ এই সভাত বিস্তৃত…

Read More

সোণাপুৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

যুগ বাৰ্তা , ২২ জুন === “সুস্থ বাৰ্ধক্যৰ বাবে যোগ”। মূল বিষয় হিচাপে লৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো উৎসাহ – উদ্দীপনাৰে পালন কৰা হয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছন, অসমে এই কাৰ্যসূচী আয়োজন কৰে সোণাপুৰৰ কমাৰকুছিস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান ( LNIP ) ৰ ইণ্ডোৰ ষ্টেডিয়ামত…

Read More

১২৮ বেটেলিয়ন, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীয়ে পালন কৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

যুগ বাৰ্তা , ২২ জুন === যোৱা কালি ১২৮ বেটেলিয়ন, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনী (CRPF)-ৰ মুখ্য কাৰ্যালয় নুনমাটি, গুৱাহাটীত কমাণ্ডেণ্ট শ্ৰী যতীন্দ্ৰ নাথ ৰায়ৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এইবাৰৰ বিষয়বস্তু আছিল “সুস্থ আয়ুৰ বাবে যোগ”। এই বিষয়বস্তু বৃদ্ধ বয়সতো সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ ক্ষেত্ৰত যোগৰ গুৰুত্বৰ ওপৰত কেন্দ্ৰিত।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ…

Read More

সোণাপুৰৰ মালয়বাৰীত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ সোঁৱৰণত ” জীপাল সন্ধিয়া “

যুগ বাৰ্তা, জুন = কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ মালয়বাৰীত যোৱা কালি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি ” জীপাল সন্ধিয়া ” উল্লেখযোগ্য যে চিকমিক তৰাৰ উদ্যোগত মালয়বাৰীৰ জনতা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জীপাল সন্ধিয়া উপভোগ কৰিবলৈ অহা বহু সংখ্যক ৰাইজ তথা জুবিন অনুৰাগীৰ উপস্থিতিয়ে অনুষ্ঠানটো উৎসৱমুখৰ পৰিৱেশ…

Read More

ক্ষেত্ৰীৰ নোৱাগাঁৱত বন্য হস্তীৰ সন্ত্ৰাস

যুগ বাৰ্তা ১৫ জুন: ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱত কালি নিশা ১১ মান বজাত মতা পাহাৰৰ পৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে নামি অহাত গাওঁবাসীৰ ৰাইজে আলু ব’ম, ফটকা ফুটাই হাতীটোক পাহাৰৰ ফালে খেদি পঠিয়ায়। হাতীটোৱে পুনৰ আহিব পাাৰে বুলি কমল বসুমতাৰী আৰু ভৱানী বসুমতাৰী নামৰ দম্পতীহালে নিশা ভালদৰে শুব পৰা নাছিল। তেনেতে পুৱতি নিশা প্ৰায়…

Read More

সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

যুৱ বাৰ্তা , ১৫ জুনঃ বিগত বছৰৰ দৰে এইবছৰো ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত ২০২৬ বৰ্ষৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ডিমৰীয়া অঞ্চলৰ জনজাতীয় ১৬৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সোণাপুৰৰ ট্ৰাইচেম প্ৰেক্ষাগৃহত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ স্থায়ী সভাপতি…

Read More