মৰকদোলাত আৰক্ষীৰ গুলীত দুই সন্দেহযুক্ত গাড়ী চোৰ নিহত চুৰি কৰা বাহনেৰে পলাবলৈ চেষ্টা কৰাৰ সময়তে নাকা চেকিঙত আৰক্ষীৰে গুলিয়াগুলি

দৈনন্দিন বা ৩ ছেপ্টেম্বৰ === সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰকদোলাত বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত এক গুলিয়াগুলিৰ ঘটনাত দুজন সন্দেহযুক্ত গাড়ী চোৰ নিহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ অভিযানৰ মাজতে সংঘটিত এই ঘটনাত আন এজন সন্দেহযুক্ত গাড়ী চোৰ পলাই যাবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাৰ সমীপৰ পৰা…

Read More

NH-27ত ভয়ংকৰ পথ দুৰ্ঘটনাপথৰ দ-গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে, ডিভাইডাৰ পাৰ হৈ ট্ৰাকত প্ৰচণ্ড খুন্দা ৪জন নিহত, কেইবাজনো আহত; পথৰ মেৰামতিক লৈ স্থানীয় ৰাইজৰ ক্ষোভ

৩০ আগষ্ট === সোণাপুৰৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ট্ৰেভেলাৰ আৰু গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা এখন মালবাহী ট্ৰাকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ সংঘৰ্ষ।জানিব পৰা মতে, AS01 HC 0716 নম্বৰৰ ট্ৰেভেলাৰখন গুৱাহাটী অভিমুখে…

Read More

খাচী ছাত্ৰ সন্থাৰ আক্ৰমণৰ প্ৰতিবাদত উত্তাল যোৰাবাটঅসমৰ টেক্সি চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা

যুগ বাৰ্তা ,২০ আগষ্ট ===মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু চালকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি অসম-মেঘালয় সীমান্তৰ যোৰাবাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ টেক্সি চালক সন্থাই। প্ৰতিবাদৰ ফলত যোৰাবাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰাষ্ট্ৰীয় ঘাইপথতো সৃষ্টি হয় তীব্ৰ যান-জঁট।উল্লেখ্য যে, যোৱা ১৯ আগষ্টত মেঘালয়ৰ অন্যতম প্ৰধান ছাত্ৰ সংগঠন খাচী ছাত্ৰ সন্থাই শ্বিলঙত…

Read More

জুবিন ক্ষেত্ৰৰ ২১ গৰাকী সেৱিকা মহিলালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য দীৰ্ঘদিনীয়া নিঃস্বাৰ্থ সেৱাৰ স্বীকৃতিস্বৰূপ ২৫ হাজাৰ টকাকৈ অনুদান, চেক বিতৰণ কৰে বিধায়ক ড০ তপন দাসে

যুগ বাৰ্তা , ৭ জুলাই ==== দীৰ্ঘদিন ধৰি জুবিন ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে সমাজসেৱা আগবঢ়াই অহা ডিমৰীয়া অঞ্চলৰ ২১ গৰাকী সেৱিকা মহিলাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ২৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক অনুদান প্ৰদান কৰা হয়। সমাজসেৱাৰ ক্ষেত্ৰখনত তেওঁলোকৰ নিষ্ঠা, ত্যাগ আৰু দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতিস্বৰূপ এই সাহায্য আগবঢ়োৱা হৈছে।জুবিন ক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসে…

Read More

১২৮ বেটেলিয়ন, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীয়ে পালন কৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

যুগ বাৰ্তা , ২২ জুন === যোৱা কালি ১২৮ বেটেলিয়ন, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনী (CRPF)-ৰ মুখ্য কাৰ্যালয় নুনমাটি, গুৱাহাটীত কমাণ্ডেণ্ট শ্ৰী যতীন্দ্ৰ নাথ ৰায়ৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এইবাৰৰ বিষয়বস্তু আছিল “সুস্থ আয়ুৰ বাবে যোগ”। এই বিষয়বস্তু বৃদ্ধ বয়সতো সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ ক্ষেত্ৰত যোগৰ গুৰুত্বৰ ওপৰত কেন্দ্ৰিত।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ…

Read More

মন্দিৰৰ সমীপত চিঞৰ বাখৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মাৰপিটত মৃত্যু এজন যুৱকৰ হত্যাৰ গোচৰত দুজনক আটক হোৱাৰ বিপৰীতে এজন পলাতক

যুগ বাৰ্তা ২৯ মে === সোণাপুৰৰ কলংপাৰত মৰেল পুলিচৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু । মৃত যুৱকজন হৈছে কলংপাৰৰ বাপন পাল । বাপন পালক হত্যা কৰাৰ অভিযোগত তিনিজন ব্যক্তিৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীয়ে ৫৫/২৬ ইউ/এছ – ১২৭(২)/১১৮(২)/১০৯/৩(৫)/১০৩ বিএনএছ নং গোচৰ ৰুজূ কৰি তদন্ত আৰম্ভ কৰিছে ।ইতিমধ্যে ঘটনাৰ সংক্ৰমণত দুজনক অভিযুক্তক সোণাপুৰ থানাৰ আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ…

Read More

ক্ষেত্ৰীত বৃহৎ বৃহৎ পুখুৰীত অবৈধভাৱে পালন নিষিদ্ধ বিদেশী থাইলেণ্ড মাগুৰ মাছ ; ঐতিহাসিক জালিসৰা বিলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব থাইলেণ্ড মাগুৰ মাছে

যুগ বাৰ্তা ২৭ মে === ক্ষেত্ৰী পঞ্চায়তৰ অন্তৰ্গত হেলাগোগৰ ঐতিহাসিক জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে থাইলেণ্ড মাগুৰ মাছ পুখুৰীত পালন কৰা ঘটনাই সমগ্ৰ ডিমৰীয়া অঞ্চলৰ ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে থাইলেণ্ড মাগুৰ মাছৰ পালন , বিক্ৰী আৰু আমদানিত চৰকাৰী নিষেধাজ্ঞা থকাৰ পিছতো কিছুমান অসাধু ব্যৱসায়ীয়ে অধিক লাভৰ আশাত এই বিদেশী প্ৰজাতিৰ মাছ পালন…

Read More

সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদ মেল সংবাদ স্মাৰ্ট চিটি বনোৱাৰ নামত খিলঞ্জীয়া লোকে বসবাস কৰা ভূমিত উচ্ছেদ অভিযানৰ বন্ধ কৰাৰ দাবী

১৫ মে === ডিমৰীয়াৰ টোপাতলীত সদৌ তিৱা ছাত্ৰ সন্থাই সংবাদ মেল অনুষ্ঠিত কৰে । সংবাদ মেল অনুষ্ঠিত কৰি তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই উল্লেখ কৰে যে সদৌ তিৱা ছাত্র সন্থা আৰু জাতীয় সংগঠন সমূহৰ দীঘদিনীয়া মূল দাবী তিয়া স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভূক্ত কৰা। সন্থাই ৩৬ টা বৰ্ষৰ আন্দোলনৰ ফলত যোৱা ইংৰাজী ২৫ ডিচেম্বৰ,…

Read More

ডিমৰীয়াত কাঠফুলাৰ দৰে বাঢ়ি গৈছে বিদেশী সুৰাৰ বিপনী , বিদেশী সুৰাৰ বিপনীৰ বিৰুদ্ধে জাগী উঠিল ডিমৰীয়াৰ দ’ল সংগঠন

যুগ বাৰ্তা ১৫ মে === বৃহত্তৰ ডিমৰীয়া অঞ্চলত স্থাপন হোৱা বিদেশী সুৰা বিপনী সন্দর্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে তিনি জাতীয় সংগঠনে।কোচ-ৰাজবংশী ছাত্ৰ সন্থা, গুৱাহাটী মহানগৰ জিলা সমিতি, অসম চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্রীয় সমিতি, সদৌ তিৱা ছাত্ৰ সন্থাই ডিমৰীয়া সমজিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে স্মাৰক পত্ৰ । স্মাৰক পত্ৰত সংগঠন কেইটাই…

Read More

বি এছ ইৰ দ্বাদশৰ পৰীক্ষাত ১০০ শতাংশ পৰীক্ষার্থী উত্তীর্ণ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উজ্বলি উঠিল সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুল

চি বি এছ ই১৪ মে === চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰ ফলাফলে সোণাপুৰস্হিত ৰেডিয়েন্ট ইন্টাৰনেছনেল স্কুলত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে । বিদ্যালয় খনৰ ৩৭ জন ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্রদর্শন দেখুৱাই সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । ভাল ফলাফল দেখুৱা ছাত্ৰ ছাত্ৰী সকলৰ ভিতৰত ১০ জনে ডিষ্টিংচন লাভ কৰে। সৰ্বোচ্চ নম্বৰ…

Read More