ডিমৰীয়াৰ টোপাতলী দিকচাক পাহাৰত চোৰাং চিকাৰীৰ গুলীত প্ৰাণ গ’ল বন্যহস্তীৰ

যুগ বাৰ্তা , ১২মে == সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টোপাতলী খণ্ড বন বিষয়াৰ অধীনস্থ অসম মেঘালয় সীমান্তৰ দিকচাক পাহাৰত চোৰাং চিকাৰীয়ে এটা বন্যহস্তী গুলীয়াই হত্যা কৰাৰ লগতে হাতীটোৰ শুৰ কাটি লৈ যায় । ঘটনা অনুসৰি আজি পুৱা প্ৰায় ৯ মান বজাত দিকচাক গাঁৱৰ লোক এজনে পাহাৰৰ কিছু নিলগত গৰু এৰাল দিব গৈছিল । তেনে…

Read More

নাজিৰাখাট স্থিত টোল গেট পৰিচালনা কৰা অংকিত টেনডন এণ্টাৰ প্ৰাইজ নামৰ কোম্পানীটোৰ বিৰুদ্ধে ডিমৰীয়াৰ ৰাইজৰ ক্ষোভ । কোম্পানীটোৱে টোল কৰ সংগ্ৰহৰ নামত ডিমৰীয়াৰ ৰাইজক হাৰাশাস্তি আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ।

যুগ বাৰ্তা ৭ মে === আজি দিনৰ ১২ বজাত ডিমৰীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত ডিমৰীয়া সম-জিলাৰ আয়ুক্ত কণকণ শৰ্মাৰ মধ্যস্থতাত ডিমৰীয়াৰ কেইবাটাও জাতীয় দ’ল সংগঠন আৰু নাজিৰাখাট স্থিত টোল কৰ সংগ্ৰহকাৰী কোম্পানীটোৰ কতৃপক্ষৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। টোল কৰ সংগ্ৰহক কেন্দ্ৰ কৰি ডিমৰীয়া বাসী ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ শান্তি পূৰ্ণ সমাধানৰ কাম্যৰে…

Read More