Headlines

সোণাপুৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

যুগ বাৰ্তা , ২২ জুন === “সুস্থ বাৰ্ধক্যৰ বাবে যোগ”। মূল বিষয় হিচাপে লৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো উৎসাহ – উদ্দীপনাৰে পালন কৰা হয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছন, অসমে এই কাৰ্যসূচী আয়োজন কৰে সোণাপুৰৰ কমাৰকুছিস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান ( LNIP ) ৰ ইণ্ডোৰ ষ্টেডিয়ামত…

Read More

কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বৃহৎ সফলতা মীন বিভাগে হহৰা গাঁৱত কেইবা কুইন্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰাৰ লগতে মাছ সমূহ দ গাঁত খান্দি পুতি থয়

যুগ বাৰ্তা ৭ জুন === বিশ্ব পৰিৱেশ দিৱস পালনৰ ক্ষণতে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে সোণাপুৰ আৰক্ষীৰ সহযোগত সোণাপুৰৰ হহৰা গাঁৱত এক অভিযান চলায় যোৱা কালি আবেলিৰ সময়ত ডি আই বাহনসহ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰে । উল্লেখযোগ্য যে ডিমৰীয়া অঞ্চলৰ পুখুৰী সমূহত যোৱা কিছুদিন ধৰি কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে নিষিদ্ধ থাইলেণ্ড মাগুৰ…

Read More

নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ পথ নিৰ্মাণ–ৰক্ষণাবেক্ষণৰ গাফিলতিক জগৰীয়া কৰি ক্ষেত্ৰী থানাত এজাহাৰ ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনৰ

৪ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত NHAIৰ গাফিলতি আৰু দুৰ্বল সুৰক্ষা ব্যৱস্থাক দুৰ্ঘটনাটোৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰি সংগঠনসমূহে এই এজাহাৰ দাখিল কৰে।উল্লেখ্য যে, যোৱা ৩০ আগষ্টৰ সন্ধিয়া নলগেদেৰাত সংঘটিত…

Read More

তেতেলীয়াৰ ভৰাগাঁৱৰ শোকাৱহ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৭ দিনৰ ভিতৰত সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গাঁত মেৰামতিৰ কঠোৰ নিৰ্দেশপথ মেৰামতি নকৰালৈকে নাজিৰাখাট টোলগেটত টোল সংগ্ৰহ বন্ধৰ সিদ্ধান্ত

৩১ আগষ্ট === কামৰূপ মহানগৰ জিলাৰ তেতেলীয়াৰ ভৰাগাঁৱত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ।দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে বহু নিশালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে প্ৰতিবাদ সাব্যস্ত…

Read More

ক্ষেত্ৰীৰ নোৱাগাঁৱত বন্য হস্তীৰ সন্ত্ৰাস

যুগ বাৰ্তা ১৫ জুন: ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱত কালি নিশা ১১ মান বজাত মতা পাহাৰৰ পৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে নামি অহাত গাওঁবাসীৰ ৰাইজে আলু ব’ম, ফটকা ফুটাই হাতীটোক পাহাৰৰ ফালে খেদি পঠিয়ায়। হাতীটোৱে পুনৰ আহিব পাাৰে বুলি কমল বসুমতাৰী আৰু ভৱানী বসুমতাৰী নামৰ দম্পতীহালে নিশা ভালদৰে শুব পৰা নাছিল। তেনেতে পুৱতি নিশা প্ৰায়…

Read More

ডিমৰীয়াবাসী ৰাইজে কোনো কাৰণতে ডিমৰীয়াক সুৰাৰ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ’ব নিদিয়ে

যুগ বাৰ্তা ১১ জুন === ডিগাৰুৰ মাজ মজিয়াত বিলাতী সুৰাৰ বিপনী কেন্দ্ৰ বাতিলৰ দাবীত ডিগাৰুবাসী ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গৰজি উঠাৰ পিছদিনাই অৰ্থাৎ ৮ জুনত জনমত সংগ্ৰহৰ উদ্দেশ্যেৰে ডিগাৰুত উপস্থিত জিলা প্ৰশাসন । উল্লেখযোগ্য যে নীতি বহিৰ্ভূত ভাৱে ডিমৰীয়া অঞ্চলত বিশেষকৈ যোগদল , ডিগাৰু , বৰখাট , নতুন বজাৰ আদি ঠাইত নতুনকৈ বিলাতী সুৰাৰ…

Read More

উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপন

যুগ বাৰ্তা ১৫ মে === বৃহত্তৰ সোণাপুৰৰ ৰাইজৰ বহু সপোন , উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপনদৈনন্দিন বাৰ্তা , সোণাহেপাঁহ আৰু অক্লান্ত পৰিশ্ৰমৰ ফলশ্ৰুতিত১৯৫২ চনৰ ১৫ মে তাৰিখৰ জন্যলগৰ পৰা বিদ্যালয় খনিয়ে ১৫ মে ২০২৬ তাৰিখত ৭৫ বৰ্ষ গৰকিল । পয়সত্তৰ বছৰীয়া ঐতিহাসিক এই শুভ ক্ষণটোক স্মৰণীয় আৰু সজীৱ কৰি ৰাখিবলৈ২০২৬ – ২৭ শৈক্ষিক…

Read More

সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন

যুগ বাৰ্তা ৩ জুলাই === ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলক অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধিক সুসংগঠিত আৰু ফলপ্ৰসূ প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে ১ জুলাই বুধবাৰে সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয় । ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসৰ পৃষ্ঠপোষকতাত, GENSHINE Civil Services Academy-ৰ উদ্যোগত আৰু…

Read More

ডিমৰীয়া অঞ্চলৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ উদ্দেশ্যেৰে জাতীয় দল সংগঠনৰ উদ্যোগত নাগৰিক সভা

বাৰ্তা ২৪ মে === সোণাপুৰৰ যোগদলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ডিমৰীয়াৰ ১২ টা জাতীয় দল সংগঠনৰ আহ্বানত স্থানীয় লোকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিভিন্ন জলন্ত সমস্যা সমূহৰ সমাধান বিচাৰি নাগৰিক সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ উদ্যোগত ডিমৰীয়াৰ ১২ টাকৈ জাতীয় সংগঠনে ডিমৰীয়া বাসী ৰাইজৰ সহযোগত ডিমৰীয়াৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ…

Read More