কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বৃহৎ সফলতা মীন বিভাগে হহৰা গাঁৱত কেইবা কুইন্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰাৰ লগতে মাছ সমূহ দ গাঁত খান্দি পুতি থয়
যুগ বাৰ্তা ৭ জুন === বিশ্ব পৰিৱেশ দিৱস পালনৰ ক্ষণতে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে সোণাপুৰ আৰক্ষীৰ সহযোগত সোণাপুৰৰ হহৰা গাঁৱত এক অভিযান চলায় যোৱা কালি আবেলিৰ সময়ত ডি আই বাহনসহ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰে । উল্লেখযোগ্য যে ডিমৰীয়া অঞ্চলৰ পুখুৰী সমূহত যোৱা কিছুদিন ধৰি কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে নিষিদ্ধ থাইলেণ্ড মাগুৰ…


